Breaking

যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ শেষ যাত্ৰা ! অডিটেক ষ্টুডিঅ’ত গুণমুগ্ধসকলে শেষবাৰৰ বাবে জনাব শ্ৰদ্ধাঞ্জলি…

0 51

ভূপেন উজীৰৰ শেষ যাত্ৰা :

● পুৱা ৯ বজাত বাইক ৰেলীৰে নেমকেয়াৰ হাস্পাতালৰ পৰা প্ৰয়াত সংগীত পৰিচালক ভূপেন উজীৰৰ মৃতদেহ তেওঁৰ গীতানগৰ স্থিত গৃহলৈ ( অডিটেক ষ্টুডিঅ’ ) নিয়া হ’য় ।

● অডিটেক ষ্টুডিঅ’ত ভূপেন উজীৰৰ গুণমুগ্ধসকলে তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব ।

● দিনৰ ১ বজাত স্বগৃহৰ পৰা ভূপেন উজীৰৰ মৃতদেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব ।

● দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত ৩ নং চিতাত শেষকৃত্য সম্পন্ন কৰা হ’ব ।

Leave A Reply