Breaking

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নতুন ফেৰী জাহাজ সেৱাৰ শুভাৰম্ভ

0 2,099

ধুবুৰী আভ্যন্তৰীণ জল পৰিবহন বিভাগ আজিৰ পৰা জলেশ্বৰ আৰু ধুবুৰী ৰ মাজত নতুন যাএী ফেৰী সেৱাৰ শুভাৰম্ভ হয়। ধুবুৰী যোগমায়া পাৰ ঘাটৰ পৰা আজি দিনৰ ২বজাত আভ্যন্তৰীণ জল পৰিবহন বিভাগ ৰ “এম ভি প্ৰতীমা ” নামৰ জাহাজটো শতাধিক যাএী লৈ জলেশ্বৰ ৰ উদ্দেশ্য যাএা কৰে। ধুবুৰী আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সূত্র মতে প্ৰতিদিন পুৱা ৯ বজাত জলেশ্বৰৰ পৰা ধুবুৰী উদ্দেশ্যে এম ভি প্ৰতীমা জাহাজ খন যাএা কৰিব। আকৌ ধুবুৰী ৰ পৰা ২ বজাত জলেশ্বৰৰ উদ্দেশ্য যাএা কৰিব। 

Leave A Reply