Breaking

সাতগৰাকী বিজ্ঞানীৰ নেতৃত্বত আৰু প্ৰায় ৪১জনীয়া এটা বিজ্ঞানীৰ প্ৰচেষ্টাত আজি বিশ্ববাসীৰ সন্মুখত গৌৰাম্বিত ভাৰত…

0 270

ভাৰতবৰ্ষ এখন পূণ্য ভূমি গতিকে, যি ঠাইত মহাদেৱৰ বাস, সতীৰ বাস, প্ৰভূ শ্ৰীকৃষ্ণকে আদিকৰি দেৱ দেৱতাৰ বাস বুলি কয় ,গতিকে সততা আৰু নিষ্ঠাৰে কাম কৰি গ’লে ভাৰতক কোনো দেশে হওক বা অপশক্তীয়ে হওক কোনেও হৰুৱাব নোৱাৰে।


আজি 2023 চনৰ 23 আগষ্ট বুধবাৰে সন্ধিয়া ৬. ৫ মিনিটত বিশ্ববাসীৰ আগত ভাৰতৰ চন্দ্ৰয়ান ৩, এ চন্দ্ৰত সফল অৱতৰন কৰে।
S.Somnath
M.Sangkaran
Ritu karidhal shreebastav
Sayan Dutta (Assam)
P. viramithuwel
A. RajaRaj
S. Unnikrishnan Nayar


সাতগৰাকী বিজ্ঞানীৰ নেতৃত্বত আৰু প্ৰায় ৪১জনীয়া এটা বিজ্ঞানীৰ প্ৰচেষ্টাত আজি বিশ্ববাসীৰ সন্মুখত গৌৰাম্বিত ভাৰত।

Leave A Reply