Breaking

চুলিৰ যত্ন কেনেদৰে ল’ব লাগে জানো আহক…

0 121

স্পাৰ প্ৰকাৰ

বিভিন্ন প্ৰকাৰৰ স্পা থেৰাপি কৰিব পাৰি। এনে স্পাৰ ভিতৰত মেন্দি চুচু, এৰ’মা থেৰাপি বাথ, বালিনেচ বৰেহ ৰেপড, ট্ৰেডিচনেল লুলুৰ, ভলকেনিক স্ত্ৰাব, তিঁয়হৰ ৰেপ, থাই ৰেপ, মেন্দ্ৰি কমেৰী, নাৰিকল বডি ৰেপ, অমিতাৰ পলিছিং, চকলেট স্পা, অৰিয়েণ্টেল স্পা, থাই হিট, বনিয়ান ট্ৰি স্পা, লেভেণ্ডাৰ আৰু ছালকুঁৱৰীৰ ৰেপ, জাভা ৰেপ, জাপানিজ হেড স্পা ইত্যাদি।

স্পা থেৰাপিৰ গুণাগুণ

স্পা প্ৰণালী

  • সাধাৰণতে স্পা কেতিয়াও ঘৰত কৰিব নোৱাৰি। জাভা ৰেপত সাধাৰণতে সাগৰীয় কৰেল গুড়ি কৰি ব্যৱহাৰ কৰা হয়। ইউকেলিপটাছ তেল ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধিয়ে হজম শক্তি সঠিক কৰে। ই শক্তিশালী এণ্টিচেপ্টিক। কৰেল ষ্ট’নত কেলচিয়াম থাকে। তদুপৰি অন্যান্য মিনাৰেল থাকে, যিয়ে শৰীৰত গৰম ভাব যোগায়। সতেজ নেমুৰ পাত ব্যৱহাৰে শৰীৰৰ দুৰ্গন্ধ নাশ কৰে। বিশেষকৈ মহিলাৰ শৰীৰৰ দুৰ্গন্ধ। ভাজ ৰেপৰ ফলত শৰীৰৰ মৃত কোষ নাশ কৰে।

  • বালি কফি স্পা কৰিবলৈ প্ৰায় এঘণ্টা সময়ৰ প্ৰয়োজন। ইয়াৰ বাবে বালিৰ কফি গুটিৰ পাউদাৰ, কেওলিন পাউদাৰ, গাজৰ, জিলেটিনৰ প্ৰয়োজন। এই স্পাৰ সুগন্ধিয়ে শৰীৰক সুস্থ কৰি সক্ৰিয় কৰি তোলে। ইয়াৰ পিচত ফুলৰ দ্বাৰা গা ধুবলৈ দিয়ে। ফুলৰ ভিতৰত খৰিকাজাই, মেগনলিয়া, জবা ফুল, ফ্ৰগনি পানী, বগেনভেলিয়া, গোলাপ, আলামাণ্ডা আৰু শেৱালি ফুল। এই ফুলৰ লগত গাখীৰ, নেমু আৰু তুলসীৰ পাতো ব্যৱহাৰ কৰা হয়। আমাৰ শৰীৰৰ টস্কিন আঁতৰাবৰ বাবে আদা, চেইজ আৰু ৰ’জমেৰী ব্যৱহাৰ কৰা হয়।
  • বালিনেচ বৰেই ৰেপ স্পাৰ দ্বাৰা আমাৰ জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, বাতবিষ নাশ কৰে। বিশেষকৈ গৰ্ভৱতী মহিলাক এই স্পা কৰা হয়। কাৰণ বেমাৰ হ’লে, যেনে – পানীলগা, জ্বৰ, মূৰৰ বিষ, গাৰ বিষ হ’লেও ঔষধ খাব নোৱাৰে। ইয়াৰ বাবে লাগে চন্দন পাউদাৰ, লং, আদা, ডালচেনি, ধনিয়াৰ গুটি, চাউলৰ গুড়ি, হালধি, জাঁইফল, গাজৰ, জিলেটিন ইত্যাদি। এই আটাইখিনিৰ মিশ্ৰণৰ দ্বাৰা স্পা কৰা হয়।
Leave A Reply