Breaking

ফুলকবি খালে কি কি উপকাৰ হয় সেই বিষয়ে জানো আহক…

0 132

ফুলকবি ক্যানছাৰ জীবাণুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সক্ষম। স্তন ক্যানছাৰ, কোলন ও মূত্রথলিৰ ক্যানছাৰৰ জীবাণুক ধ্বংস কৰে ফুলকবি। ক্যানছাৰৰ জীবাণুক দেহৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে ফুলকবি ৰ যথেষ্ঠ অৱদান আছে।

ফুচফুচ/হাওঁফাওঁ ভালে ৰখাত ফুলকবি ৰ অৱদান লক্ষণীয়। ফুচফুচ/হাওঁফাওঁ ত ৰোগ বৃদ্ধিৰ বাবে দায়ী ভয়াবহ জীবাণুবোৰ ফুলকবি খোৱাৰ মাধ্যমত সহজেই ধ্বংস কৰা যায়।

সেইবাবে ফুচফুচ/হাওঁফাওঁ ভালে ৰাখিবলৈ ফুলকবি খাবলৈ পাহৰি নাযাব। ফুলকবি ৰক্তচাপ নিয়ন্ত্রণ কৰে। ডায়াবেটিচ ও উচ্চৰক্তচাপজনিত সমস্যাত ভুগি থকা জনে খাদ্যৰ তালিকাত ফুলকবি ৰাখিবলৈ দিধাবোধ নকৰিব। “স্বাস্থ্য ই সম্পদ বন্ধু”!

Leave A Reply