Breaking

অসমত শীঘ্ৰেই উপলব্ধ হ’ব পাৰে সুৰাৰ হোম ডেলিভাৰী সেৱা

0 2,023

নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা৷

বুধবাৰে প্ৰকাশ পাব পাৰে নতুন SOP

প্ৰথমে গুৱাহাটীত আৰু তাৰ পাছত ৰাজ্যজুৰি উপলব্ধ হ’ব পাৰে এই সেৱা৷

সুৰাৰ বিপণী তথা চুলাই মদৰ ঘাটিত ভিৰ কমাবলৈ এই সিদ্ধান্ত ল’ব পাৰে অসম চৰকাৰে৷

ইয়াৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে৷

Leave A Reply