স্থানীয় বাৰ্তা

ৰৌতাত হেৰ’ইন সৰবৰাহকাৰী দুজনক জেললৈ প্ৰেৰণ

ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে ১৭ ডিচেম্বৰৰ দিনা দুজন সন্দেহজনক মাৰাত্মক নিচাযুক্ত হেৰ'ইন সৰবৰাহকাৰী ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰে । উক্ত ব্যক্তি দুজন...

দুমুনিচকীত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা

পশ্চিম দৰং উন্নয়ন পৰিষদৰ  উদ্যোগত  দৰং জিলাৰ দুমুনিচকী হাইস্কুল খেলপথাৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত  তিনি দিনীয়া দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মুখ্যদ্বাৰ উদ্ধোধন কৰে...

মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ নাগাৰা নামৰ পাঠক-পাঠিকাৰ

শিল্পী পেন্সনপ্ৰাপক,অসমৰ আগশাৰীৰ বিশিষ্ট নাগাৰা নামৰ পাঠক (শিল্পী) কৈলাশ তালুকদাসহ নাগাৰা নামৰ কেইবাগৰাকী পাঠক-পাঠিকাৰ এটি সজাঁটি দলে আজি অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু...

লামডিং এছবিআইৰ পৰা ঋণ লৈ পলায়ন ৰে’লৱেৰ ঠিকাদাৰ

লামডিং এছবিআইৰ পৰা ১০০.২৫ কোটি টকাৰো অধিক ঋণ লৈ পলাতক  অনন্ত চৰন নায়ক । বেঙ্কৰ টকা পৰিশোধ নকৰাৰ বাবে আজি হোজাই জিলা কাৰ্য্যকৰী দণ্ডাধীশৰ উপস্থিতিত...

ওদালগুৰি সাহিত্য সভা ভৱনত সংগীতৰ কৰ্মশালা

বিটিচি সাংস্কৃতিক বিভাগৰ দ্বাৰা ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু ওদালগুৰি  সাহিত্য সভাৰ সহযোগত  ১৬ ডিচেম্বৰৰ পৰা অহা  ২২ নৱেম্বৰলৈ সাদিনীয়াকৈ এখনি  "জ্যোতি সংগীত" আৰু...

Popular