স্থানীয় বাৰ্তা

সাহিত্যিক, সাংবাদিক, সমালোচক, কবি গল্পকাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আপকু তিনিচুকীয়া জিলা সমিতিৰ

অসম আৰু অসমীয়াৰ গৰ্ব বিশিষ্ট সাহিত্যিক, কথা শিল্পী, সাংবাদিক, গল্পকাৰ, কবি, সমালোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬. ৫৮ বজাত গুৱাহাটীৰ জি এন আৰ চি...

নতুন মন্ত্ৰী সভাক লৈ গোগামুখত গণশক্তিৰ সংবাদমেলঃ প্ৰতিশ্ৰুতি মতে অসমক শ্ৰেষ্ঠ ৰাজ্যৰ ৰূপ দিয়াৰ আহ্বানঃ

নৱ গঠিত অসম চৰকাৰৰ নতুন মন্ত্ৰী পৰিষদক লৈ উৎফুলিত হৈছে অসমৰ উপ আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি, অসমে ৷ দলটোৱে  নতুন মন্ত্ৰী সভাখনক উষ্ম...

মহানগৰীত অটো এম্বুলেন্স, ফোন কৰিলেই পাব অক্সিজেনযুক্ত অটো এম্বুলেন্স।

গুৱাহাটীত যাতে অক্সিজেন আৰু এম্বুলেন্সৰ অভাৱত কোনো কোভিড ৰোগী মৃত্যু মুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটস্থিত পোদ্দাৰ কমপ্লেক্সত লায়ন্স ক্লাৱ অৱ...

ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ

 মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে ,বুধবাৰে দিনটোত ৰঙিয়া চহৰৰ...

কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীক জিলাভিত্তিক দায়িত্ব প্ৰদান ক’ভিডৰ

ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীক জিলাভিত্তিক দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছে মাজুলী,...

Popular