স্থানীয় বাৰ্তা

গুৱাহাটীত অসম কেশৰী কবি অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন; সাংবাদিক গকুল তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন

কামৰূপ মহানগৰ, ১৯ ডিচেম্বৰঃ অনতৰগত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মদিন তথা " চেতনা দিৱস...

নগাঁৱত কংগ্ৰেছৰ ক্লিনছুইপ; অপতিৰোধ্য বিজেপিৰ নগাঁৱত ১০টা সমষ্টিতে জয়, এখনো আসন নাপালে কংগ্ৰেছে

নগাঁও, ১৯ডিচেম্বৰ: আজি ফলাফল ঘোষিত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ তিৱা পৰিষদীয় সমষ্টিৰ ভোটাৰে সম্পূৰ্ণ ৰূপে প্ৰত্যাখান কৰিলে কংগ্ৰেছ দলক। তিৱা স্বায়ত্বশাসিত পৰিষদৰ...

বদৌচা কাপৰ ফিল’বাৰীত অনুষ্ঠিত হোৱা খেল অমীমাংসীত

 ডিৰাক সীমান্ত, ১৯ ডিচেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণমূলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খেল অনুষ্ঠিত হয়...

জামুগুৰিহাটত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম : শ্ৰদ্ধাঞ্জলি জনালে দল-সংগঠনৰ প্ৰতিনিধিয়ে

জামুগুৰিহাট, ১৯ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা-ভস্ম লৈ যোৱা ৯ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা "শান্তি সদ্ভাৱনা যাত্ৰা" আজি  পুৱা জামুগুৰিহাটত উপস্থিত...

ডিব্ৰুগড় জিলাত এন পি এছ কৰ্মচাৰী সন্থাৰ ব্যাপক সজাগতা : তেজপুৰত আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, জানুৱাৰীত ৰাজ্যিক অভিবৰ্তন

মদাৰখাত, ১৯ ডিচেম্বৰ :  ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ডিব্ৰুগড়ত ব্যাপক ৰূপত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ব্যাপক হাৰত সজাগতা সৃষ্টা কৰা...

Popular