স্থানীয় বাৰ্তা

উলুবাৰীত পৌৰনিগমৰ পাইপ ফাটি পানীৰ অপচয়। পানীৰে উপচি পৰিছে দক্ষিণ শৰনীয়া সংযোগী পথ, নিৰ্বিকাৰ গুৱাহাটী পৌৰনিগম

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিব লগা হয়৷ পৌৰনিগমৰ তৰফৰ পৰা এতিয়ালৈকে ৭০ শতাংশ নাগৰিকক পানী যোগান ধৰিব পৰা নাই৷...

কলেজৰ অধ্যাপক ঠিকাদাৰ, দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ মালিবাৰীত এখন দলং নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন ৩ নং মালিবাৰী পথাৰ ঈদগাহৰ...

ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ আওকাণ : লাকুৱাত ধ্বংসৰ গঢ়াহত ঐতিহাসিক আমলখি দেওশাল

গেলেকী :  ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষ্যৰ বহন কৰি যোৱা এইখন অসমতেই আছে বুৰঞ্জীপ্ৰসিদ্ধ বহু মূল্যৱান ঐতিহাসিক সমলসমূহ। নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত আছে ঐতিহাসিক আমলখি...

পাঁচবছৰীয়া শিশু কন্যাক অমানুষিক নিৰ্যাতন পিতৃৰ

ডবকা : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱত সতীয়া পিতৃয়ে পাঁচ বছৰীয়া কন্যা শিশুক অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

নাজিৰাত পুনৰ ৬ ব্যক্তি ক’ভিড-১৯ত আক্রান্ত

গেলেকা : নাজিৰা মহকুমা অন্তৰ্গত গড়গাওঁ মহাবিদ্যালয়ত অৱস্থিত স্বাব সংগ্ৰহ কেন্দ্ৰত সংগ্ৰহিত ২৮ জুলাই তাৰিখে অহা স্বাবৰ ফলাফলত নিম্ন উল্লেখিত ব্যক্তি সকলৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ...

Popular