স্থানীয় বাৰ্তা

নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে

নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ...

সোণতলীৰ মালিবাৰীত বিদ্যুত স্পৃষ্ট হৈ এজন নিহত, দুজন গুৰুতৰভাৱে আহত

সোণতলী : দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত তথা সোণতলী এলেকাধীন মালিবাৰী জাৰপাৰা গাঁৱত কালি সন্ধিয়া বিদ্যুতস্পৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে দুগৰাকী যুৱক...

নগাঁও বন বিভাগৰ বালি ভৰ্তি ট্ৰাক জব্দ

ননৈ : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ...

ঢুলীয়াপাৰৰ ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে ১০ লাখ টকা ধনদাবী, মহিলা গ্ৰেপ্তাৰ

গেলেকী : শিৱসাগৰ জিলা তথা ৰাজ্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান)। নাজিৰা মহকুমা সমীপৰ জয়সাগৰস্থিত ঢুলীয়াপাৰৰ বাসিন্দা হাজৰিকা জিলা ও অসমবাসী ৰাইজৰ...

নগাঁও পৌৰসভা এলেকাৰ চাৰি ৱাৰ্ডৰ দুই শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক বিধায়ক ৰূপক শৰ্মাৰ সম্বৰ্ধনা

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ...

Popular