স্থানীয় বাৰ্তা

মাজুলীৰ গড়কাপ্টানী বিভাগত ব্যাপক দুৰ্নীতি : মাজুলীৰ পহুমৰা-গুৱালবাৰী সংযোগী পকী দলং নিৰ্মানত ব্যাপক অনিয়মৰ অভিযোগ ; ৰাইজে বন্ধ কৰিলে কাম ।

উজনি-মাজুলী : মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্তানী বিভাগত চলি থকা নৱনিৰ্মীত বাট, পথ, উন্নয়নমূলক কাম সমূহত ব্যাপক অনিয়ম সংঘটিত হৈ অহাৰ বাতৰি প্ৰকাশ হৈ অহাৰ...

নাজিৰাত বান পীড়িত অঞ্চলত-ছাত্র পৰিষদৰ সজাতি দল ।

নাজিৰা : নাজিৰাত ভয়ংকৰ ৰূপত  বাঢ়ি অহা দিখৌ নৈৰ বাঢ়নি পানীক লৈ আতংকিত হৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা আঞ্চলিক সমিতিয়ে...

দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহীত দিখৌ নদীৰ বাঢ়নি পানী । তিনিটাকৈ পৰিয়ালৰ ঘৰ – ভেটি ওচন : বানাক্ৰান্তক সাহাৰ্য আৰু বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবী ।

নাজিৰা : যোৱাকালি হঠাতে ফেনে-ফুটুকাৰে বাঢ়ি অহা দিখৌ নদীৰ বাঢ়নি পানী আজি দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহমান । দিখৌ নদীৰ বাঢ়নি পানীয়ে নাজিৰা মহকুমাটোৰ...

উজনিৰ চাহ আধ্যুষিত এলেকাত ভয়াবহ অন্ধবিশ্বাসৰ ঘটনা : ডাইনী বুলি চুবুৰীয়া আৰু আত্মীয়ই ভাতৰ পাতৰ পৰা উঠাই আনি গাত ঢালিলে কেৰাচিন ।

নাজিৰা : মৰিয়নিৰ গাভৰু চাহ বাগিচাত একাংশ চাহ বাগিছাৰ লোকে বৰ্বৰতাৰ পৰিচয় দাঙি ধৰি দেৱাশীষ গগৈৰ দৰে এজন প্ৰকৃতি প্ৰেমী ছাত্ৰক  মৰিয়াই হত্যা কৰাৰ দৰে...

দৰং-ওদালগুৰি সীমান্তৰ কুহিয়াৰকুছিত এটা মৃতদেহক লৈ উত্তেজনা।

দৰং : দৰং-ওদালগুৰিৰ সীমান্তৰ কুঁহিয়াৰকুছিত এটি মৃতদেহক কেন্দ্ৰ কৰি এক  উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। খৈৰাবাৰী আৰক্ষী থানা এলেকাৰ এই গাঁওখনত  প্ৰশাসনে আৰক্ষী  মোটায়েম কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা...

Popular