স্থানীয় বাৰ্তা

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলা :  নামখলাত কভিড-১৯ মহামাৰীৰ বাবে গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চল৷ মে' মাহৰ ২৭ তাৰিখে চেন্নাইৰ পৰা আহিছিল গোমঠাপাৰা (দাসপাৰা) যুৱক কৰুণা দাস আৰু...

খাৰুপেটীয়াৰ ইছলামপুৰৰ পৰা পঞ্চাশৰ্ধো ব্যক্তি নিৰুদ্দেশ, থানাত এজাহাৰ দাখিল ।

দলগাও : খাৰুপেটীয়াৰ নিকটৱৰ্তী ইছলামপুৰ গাঁৱৰ পৰা  নিৰুদ্দেশ হয় এগৰাকী  ৫৪ বছৰীয়া লোক। ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ধূলা থানাত  দাখিল কৰে  এখন এজাহাৰ।  এজাহাৰত উল্লেখ কৰা মতে ১৫ জুনত পুৱা দৰঙৰ...

নাজিৰাৰ লেঙিবৰ ৰজাবাৰী পানী যোগান আচনি শুভাৰম্ভ ।

নাজিৰা : নাজিৰা মহকুমাৰ লেঙিবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৭১ লাখ টকাৰ ৰজাবাৰী পানীযোগান আঁচনিখন আজি  শুভাৰম্ভ কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ...

উন্নয়ন কামী চৰকাৰৰ ফোপোলা স্বৰূপ : কোনো চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এটি দৰিদ্ৰতাই কোঙা কৰা পৰিয়াল ।

সাপেখাতী, চৰাইদেউ : ২০১৪ চনতেই শাসনাধিষ্ঠ দলৰ প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰিছিল অভিলাষী আঁচনি স্বচ্ছ ভাৰত মিছন - সেই আঁচনিৰ এটাই উদ্দেশ্য আছিল সমগ্ৰ দেশৰ দৰিদ্ৰ...

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ...

Popular