স্থানীয় বাৰ্তা

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱাক স্মৰণ।

উজনি-মাজুলী : এখুদ ককাইদেউ খ্যাত ককাদেউতাৰ হাড়ৰ স্ৰষ্টা নৱকান্ত বৰুৱাৰ ১৯ সংখ্যক মৃত্যু দিৱসটি মঙ্গলবাৰে 'সুৰ-শব্দ-কথা'ৰে পালন কৰা হয়। উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ...

শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত ।

লংকা : হোজাই জিলাৰ বিজেপিত হৈছে নেকি দলীয় সংঘাত। যাৰ পৰিণতিত দেওবাৰে বিধায়ক শিলাদিত্য‌ই বিজেপিৰ পৰা অৱসৰ লোৱাৰ পথ বাছি লৈছে। বিধায়ক শিলাদিত্য আৰু...

ঐতিহাসিক পথৰুঘাটত বানপানী, ৰাজা ফাউণ্ডেশ্যন, অসমৰ সঁজাতি দলৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ৷

মঙলদৈ : দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ আলিখাপাৰা গাঁৱৰ ননৈ নদীৰ পূব ফালৰ মথাউৰিটো নদীত থকা অতিৰিক্ত পানীৰ হেঁচাত যোৱা ১১ জুলাইত প্ৰায় ২০ ফুট...

কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী,দুখীয়াৰ পৰম বন্ধু খ্যাত বাবুল নেওগঁৰ দেহাৱসান। বন্ধ ৰখা হ’ল কুসুমটোলা ব্যৱসায়িক প্ৰতিষ্ঠান।

জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুল নেওগঁৰ তেজপুৰৰ টাইমছ হস্পিতালত মৃত্যু ঘটে ।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ ।১৯৫২...

নগাঁৱত কংগ্ৰেছত গৰাখহনীয়া, ৯গৰাকী পঞ্চায়ত প্ৰতিনিধি সহ শতাধিকৰ বিজেপি দলত যোগদান।

নগাঁও : নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়াৰ। আজি সদৰ সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তত কংগ্ৰেছৰ ৯গৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়ক ৰূপক শৰ্মাৰ...

Popular