Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
অন্ত পৰিল অম্বুবাচী মহাযোগৰঃ মা কামাখ্যাৰ আশিস ল’বলৈ অগণন ভক্ত
এক লাখ টন থলুৱা মাছৰ উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ লক্ষ্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ
মুম্বাই আইআইটি আৰু অষ্ট্ৰেলিয়াত অধ্যয়নৰ সুযোগ মাৰ্ঘেৰিটাৰ অম্লানজ্যোতি গগৈৰ
HSLC Result 2025: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰ লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে আয়ুস বৰঠাকুৰে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
April 12, 2025
নাজিৰাৰ চানবচা সন্দিকৈ গাঁৱৰ আয়ুস বৰঠাকুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাজিৰাৰ গুৰুকুলৰ পৰা ৯৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।আয়ুস বৰঠাকুৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৈনিক প্ৰায় ৭ঘন্টাকৈ অধ্যয়ন কৰিছিল।(HSLC Result 2025)
Dr Nagen Thakur: বিশিষ্ট সাহিত্যিক-ভাষাবিদ ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত শোক সভা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
April 12, 2025
দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ (Dr Nagen Thakur)
HSLC Result 2025: মেট্রিক পৰীক্ষাৰ ফলাফলঃ পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
April 11, 2025
আজি ঘোষণা হ'ল দশম শ্ৰেণী পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা হয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। ১৪টা ৱেবছাইটত উপলদ্ধ হয় মেট্ৰিক পৰীক্ষাৰ ফলাফল।(HSLC Result 2025)
SKS English Academy: ১০০ শতাংশ হাৰেৰে ডিব্ৰুগড়ত উজলিল লাহোৱালৰ SKS ইংলিছ একাডেমি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
April 11, 2025
১০০ শতাংশ হাৰেৰে ডিব্ৰুগড়ত উজলিল লাহোৱালৰ এচ কে এচ ইংলিছ অকাডেমি।(SKS English Academy)হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ লাহোৱাল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে SKS English Academy এ।
Bhumiputra Chutia people: চুতীয়া জাতি সন্মিলনৰ শততম প্ৰতিষ্ঠা দিৱস উদযাপন
অসম
দৈনন্দিন বাৰ্তা
-
April 10, 2025
ঢকুৱাখনা জিলা চুতীয়া(Bhumiputra Chutia people) জাতি সম্মিলনৰ উদ্যোগত জিলা মহিলা সম্মিলন, যুৱ সম্মিলন আৰু মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ (Celebrating the 100th Foundation Day) শতবর্ষ উদযাপন৷
1
...
197
198
199
...
2,180
Page 198 of 2,180
Popular
অনুৰাগীৰ বাবে পুনৰ মুকলি জুবিনক্ষেত্ৰ
দৈনন্দিন বাৰ্তা
-
June 26, 2026