স্থানীয় বাৰ্তা

শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলক অভিনন্দন নাজিৰা চিত্ৰ কলা কেন্দ্ৰৰ অধ্যক্ষ আলী হাইদৰৰ ।

নাজিৰা : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত শিৱসাগৰ জিলাই শীৰ্ষ স্থান আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো জিলাখনৰ সন্তোষজনক ফলাফলৰ বাবে শিৱসাগৰ...

পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৷ নদুৱাৰ ব্লক কংগ্ৰেছৰ প্ৰতিবাদ ৷

জামুগুৰিহাট : পেট্ৰল,ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মুল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নদুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জামুগুৰিহাটৰ চৈবাৰীৰ কেন্দ্ৰস্থলত অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী...

৭১ তম্ বন মহোৎসৱত উপলক্ষে “ৰুডছেটি” নগাঁৱৰ সৌজন্যত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন ৷

ননৈ : ৭১ তম বন মহোৎসৱ  উপলক্ষে “ৰুডছেটি” নগাঁৱৰ সৌজন্যত আৰু নগাঁও বন সংমণ্ডলৰ সহযোগত শেনছোৱাত অৱস্থিত ৰুডছেটি নগাঁৱৰ নামত আৱণ্টিত স্থানত বৃক্ষৰোপণ কাৰ্যসূচীটি আজি  চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী...

টীয়কত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰিলে আছুৱে ।

টীয়ক : অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ আহ্বানত আজি টীয়কৰ মিধাখাট তিনিআলিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই...

মাজুলীবাসীলৈ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ গোহাৰি।

উজনি-মাজুলী : মাজুলীত ক'ভিড-১৯ সংক্ৰমিতৰ আৰোগ্যৰ ১০০ শতাংশ হাৰৰ সফলতা লাভৰ পাছত নদীদ্বীপ জিলাখনক এতিয়া এই অতিমাৰীৰ সামাজিক সংক্ৰমণৰ আশংকাৰ পৰাও সম্পূৰ্ণ সুৰক্ষিত কৰি...

Popular