স্থানীয় বাৰ্তা

মাজুলী জিলা কংগ্ৰেছৰ “শ্বহীদ সন্মান দিৱস” কাৰ্যসূচী পালন ।

উজনি-মাজুলী : সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ অনুসৰি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, আৰু ব্লক সমিতি সমূহে চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা দেশৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদেশ্যে গড়মূৰত...

আৰক্ষী অধীক্ষকৰ সৈতে উপায়ুক্ত বিক্ৰম কৈৰীৰ মঠাউৰি পৰিদৰ্শন । শেহতীয়া অৱস্থাৰ চৰজমীন পৰীক্ষণ ।

উজনি-মাজুলী :  মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে কালি ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেচামৰা-দক্ষিণপাট মঠাউৰি পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থাৰ চৰজমীন বুজ লয়। উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ সৈতে প্ৰায়...

কলাত ৯৪ শতাংশ, বিজ্ঞান, বাণিজ্য, কাৰিকৰীত ১০০ শতাংশৰে সাফল্য চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

উজনি-মাজুলী : ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূব মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পূৰ্বৰ...

সোণতলীত প্ৰথমটো বানপানীত বিধ্বস্ত কৃষিভূমি, মৎস পালক : কৃষকৰ মূৰে-কপালে হাত ।

সোণতলী :  ৰাজ্যখনত বিগত কেইদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দি উঠাত‌ নৈপৰীয়া অঞ্চলসমুহত পানী উপচি পৰিছে। ৰাজ্যখনৰ কেবাখনো জিলাত প্ৰথমটো বানপানীয়ে...

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনেৰে জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ সন্তান অভিজিৎ গগৈ ।

নাজিৰা : দৰিদ্ৰতা ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুওৱালে নাজিৰাৰ চূণপোৰা হেমেনাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সন্তানে।চূণপোৰা হেমেনাবাৰীৰ নিবাসী  জীৱন গগৈ...

Popular