স্থানীয় বাৰ্তা

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনলাইন মেধা পৰীক্ষা সম্পন্ন

বোকাখাতকভিড-১৯ক ৰোধিবলৈ দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনে সমাজৰ বৌদ্ধিক অগ্ৰগতিক স্থবিৰ কৰাৰ পথত। সেয়েহে সম্প্ৰতি ঘৰতে সোমাই থাকি টেলিফোন আৰু ইণ্টাৰনেটক সাৰথি কৰি...

তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ

বোকাজান ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ...

লকডাউনৰ মাজতো মঙলদৈত মানৱতাৰ জয়গান : ইউনিটিৰ ৫২ সদস্যৰ ৰক্তদান

মঙলদৈ বিশ্ব চৌদিশে ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো 'ইউনিটি- উই দ্যা ব্লাড ড'নাৰছ'- নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গাইছে মানৱতাৰ জয়গান। লকডাউনৰ সময়ছোৱাত আজিলৈ ৫২ জন সদস্যই...

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷...

জামুগুৰিহাটৰ শলগুৰিত দুৰ্ঘটনাত চালকসহ আহত ২

জামুগুৰিহাটলকডাউনৰ নীতি নিয়ম বহুখিনি শিথিল কৰাৰ প্ৰথম দিনটতেই জামুগুৰিহাটৰ শলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ জামুগুৰিহাটৰ পৰা তেজপুৰ অভিমুখী এএছ-০১-ডিএন...

Popular