স্থানীয় বাৰ্তা

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ...

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক...

কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হওঁক : হিন্দু যুৱ ছাত্ৰ ।

গুৱাহাটী কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ...

৩৮ জনলৈ বৃদ্ধি দৰঙত ক’ভিড আক্ৰান্তৰ সংখ্যা । কনটেইনমেন্ট জ’ন ঘোষণা খাৰুপেটীয়া মহাবিদ্যালয় ছাত্র নিবাস চৌহদ আৰু ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষ ।

মঙলদৈ  দৰঙত দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । দৰঙত চিকিৎসাধীন হৈ থকা ক'ভিড আক্ৰান্তৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পালে । বৃহস্পতিবাৰে নিশা...

বিশ্ব পৰিবেশ দিৱসত দেৱালত চিত্ৰ অংকনেৰে কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি নগাঁৱৰ এটি পৰিয়ালৰ ।

নগাঁও বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত কৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত লবলগা সৱধানতা আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে নগাঁও চহৰৰ এটি পৰিয়ালৰ কেইজনমান  সদস্যই চলোৱা ব্যতিক্ৰমী প্ৰয়াসে...

Popular