স্থানীয় বাৰ্তা

বৰুৱাঝাৰ সমবায় সমিতিৰ তেল চুৰি কাণ্ডৰ ন ন তথ্য উন্মোচণ : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খাৰুপেটীয়া সমগ্ৰ ৰাজ্যজুৰি লকডাউন, সান্ধ্য আইন চলি থকাৰ সময়তেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত দুলিয়াপাৰা  গাঁৱত যোৱা ৩ মে নিশা প্ৰায় ১০.৩০ বজাত এএছ...

ৰাজ্যৰ পশুপালন বিভাগৰ ফোপুলাস্বৰূপ : বিষয়া কৰ্মচাৰী অভাৱে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ পশুপালকলৈ

টীয়ক  সমগ্ৰ বিশ্ব, দেশ জাতি আজি ক’ৰোনাতংকৰ  ত্ৰাস্তমান হৈ থকাৰ সময়তে ৰাজ্যৰ পশুকুলৰ মাজত সন্তপৰ্ণে আহি প্ৰবেশ কৰিলেহি  "ছোৱাইন ফিভাৰৰ" দৰে মাৰাত্মক ৰোগ৷ উজনি অসমত...

লংকাৰ হাৱাইপুৰত পথাৰত এৰাল দিয়া গৰুৰ ডিঙি কাটি পেলাই থৈ গ’ল মূৰ

লংকা  লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱত শনিবাৰে এক অমানবীয় ঘটনা সংঘটিত হয়।  জানিব পৰা মতে,লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱৰ নিবাসী যুগেশ্বৰ নাথে নিজ ঘৰৰ দমৰা গৰুটো প্ৰত্যেক...

বন বিভাগৰে মিতিৰালি অবৈধ বালি ব্যৱসায়ীৰ : আৰক্ষীয়ে বিহিলে জৰিমনা

বোকাজান  তৃতীয় পৰ্যায় লক ডাউন অব্যাহত থকাৰ সময়তে শনিবাৰে বোকাজানত বন বিভাগৰে মিতিৰালি থকা বুলি অভিযোগ থকা জনৈক কাথাৰচন নামৰ এজন বালি ব্যৱসায়ীৰ বালি পথাৰত...

জামুগুৰিহাটত লকডাউন ধোৱাচাঙত : সজাগ, সচেতন কৰিবৰ বাবে আৰক্ষীয়ে মাইক লৈ চলালে প্ৰচাৰ

জামুগুৰিহাট তৃতীয় পৰ্যায়ৰ লকডাউনৰ লগে লগে লকডাউনৰ নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ পিছতেই যেন জামুগুৰিহাটত ধোৱাচাঙত পৰিণত হ’ল এই “লকডাউন”৷ দোকান পোহাৰ সকলো খোলা...

Popular