স্থানীয় বাৰ্তা

Bogamati:বগামাটিত বনভোজ স্থলী উদ্বোধন

বিটিআৰৰ নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ প্ৰাকৃতিক ৰম্যভূমি বগামাটিলৈ(Bogamati) অহা বনভোজকাৰী দলক জিলা দণ্ডাধীশ দিয়া নিৰ্দেশ সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়।

Kamiram Basumatary । ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী কমিৰাম বসুমতাৰীৰ অদ্যশ্ৰাদ্ধ

Kamiram Basumatary। ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাস্কৰ্য শিল্পী কমিৰাম বসুমতাৰী এমাহ পূৰ্বে হৈছিল দেহৱসান।ভাস্কৰ্য্য শিল্পী কমিৰাম বসুমতাৰীৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল বিভিন্ন কাঠ আৰু মাটিৰ মুৰ্তি ।কমিৰাম বসুমতাৰী অকল ৰাজ্যতেই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত কাঠেৰে সাজি উলিওৱা মূৰ্তি আৰু মহান ব্যক্তিসকলৰ মূৰ্তি সমূহ প্ৰদৰ্শিতৰ লগতে বিভিন্ন পুৰষ্কাৰ পাবলৈয়ো সমৰ্থ হৈছিল।

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী’ৰ ৰচিত “মোৰ জীৱন মোৰ প্ৰেম” গ্ৰন্থ উন্মোচনী সভা

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী'ৰ ৰচিত "মোৰ জীৱন মোৰ প্ৰেম" গ্ৰন্থ উন্মোচনী সভা

BOOK । সমাজকৰ্মী প্ৰদীপ খাদৰীয়াৰ অভিনন্দিত গ্ৰন্থ “সমাজ প্ৰদীপ” উন্মোচন

BOOK । দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে দেৰগাঁও সাহিত্য সভা ভৱনত গ্ৰন্থ উন্মোচন সভা ।লেখক বিচিত্ৰ ভূষণ কলিতাৰ সম্পাদনা কৰা 'সমাজ প্ৰদীপ' নামেৰে সমাজসেৱী উদ্যমী প্ৰদীপ খাদৰীয়া জীৱন কৃতি বিষয়ক অভিনন্দন গ্ৰন্থ উন্মোচন ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী পালন। Sarat Chandra Singh

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী পালন। Sarat Chandra Singh

Popular