স্থানীয় বাৰ্তা

Dhakuakhana Book Fair: ঢকুৱাখনা গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান,চিত্ৰ আৰু ভাস্কৰ্য শিল্পীৰ অন্তৰংগ আলাপ অনুষ্ঠান

জীৱনৰ মহত্ব উপলব্ধি কৰিবলৈ হ'লে আমি শিল্প সাধনাত জড়িত হব লাগিব। ঢকুৱাখনা গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান,চিত্ৰ আৰু ভাস্কৰ্য শিল্পীৰ অন্তৰংগ আলাপ অনুষ্ঠান।(Dhakuakhana Book Fair)

Nigam Chandra Kakati: ভুৰবন্ধাত ঔগুৰি জেষ্ঠ্য নাগৰিক তথা সাংবাদিক পুলিন কাকতিৰ পিতৃ নিগম চন্দ্ৰ কাকতিৰ মৃত্যুত শোকৰ ছাঁ

ভুৰবন্ধাত ঔগুৰি জেষ্ঠ্য নাগৰিক তথা সাংবাদিক পুলিন কাকতিৰ পিতৃ নিগম চন্দ্ৰ কাকতি মৃত্যুত শোকৰ ছাঁ।(Nigam Chandra Kakati)

Dr. Muhiyyudeen: আল-শিফা ডাইগনষ্টিকৰ পৰিয়ালৰ তৰফৰ পৰা ডাঃ মূহিউদ্দিন লৈ সম্বৰ্ধনা জ্ঞাপন

ডাঃ মূহি উদ্দিনে এইবাৰ INISS,AIIMS সৰ্বভাৰতীয় পৰ্যায়ত 28 Rank আৰু commom merit list 18 Rank পাই AIIMS ত DM, Cardiology পঢ়াৰ সুযোগ লাভ কৰি ধুবুৰী তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনে।(Dr. Muhiyyudeen)

Child Marriage: ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮ জনক আটক

ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮  জনক আটক। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিল অভিযান।(Child Marriage)

Child Marriage: পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক অবৈধ স্বামীক

ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত অন্যান্য প্ৰান্তৰ লগতে চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক বহু অবৈধ স্বামীক। (Child Marriage)

Popular