স্থানীয় বাৰ্তা

দেৰগাঁৱৰ পুলি কৰৈয়নিত পানীত পৰি সলিল সমাধি ১৩ বছৰীয়া ছাত্ৰৰ…

দেৰগাঁৱৰ পুলি কৰৈয়নিত মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু ১৩ বছৰীয়া ছাত্ৰ। ছাত্ৰ জন পুলি কৰৈয়নিৰ বিকাশ ভৰালী বুলি জানিব পৰা গৈছে। সপ্তম শ্ৰেণীৰ ছাত্ৰ...

ভুৱা জাতিৰ প্ৰমানপত্ৰক লৈ বিশ্বনাথত প্ৰতিক্ৰিয়া! চাহ জনজাতি জাতীয় সন্মিলনী(অসম) অধ্যক্ষলৈ বিসংগতি সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান…

ৰাজ্যত চাহ জনগোষ্ঠীৰ সকলৰ নামত ভুৱা জাতিৰ প্ৰমানপত্ৰক লৈ চাঞ্চল্যকৰ খবৰ মাৰ নৌ যাওঁতেই বিশ্বনাথতো চলিছে এতিয়া বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা৷ ইতিমধ্যে চাহ জনগোষ্ঠী...

হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত গছপুলি বিৰতণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী…

বৰপেটা জিলাৰ হাউলীৰ নিকটৱৰ্তী ইটাৰভিঠাস্থিত কাৰ্যালয়ৰে পৰিচালিত ৰাজ্যখনৰ অন্যতম বেচৰকাৰী সংস্থা হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত আৰু আস্থা আশ্ৰমৰ সহযোগত শুক্ৰবাৰে ৰাইজৰ মাজত গছপুলি বিতৰণ...

শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্তঃ এই কথা জনালে শিক্ষামন্ত্ৰীয়ে…

আৰোহণ আঁচনিৰ অধীনত চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন বাছ ডিব্ৰুগড়ত দুৰ্ঘটনাগ্ৰস্ত হয়। সম্প্ৰতি সকলো নিৰাপদ আৰু এ এম...

নিউ গুৱাহাটীত তিনিদিনীয়া শিক্ষক কৰ্মশালাৰ সামৰণি…

নিউ গুৱাহাটী ৰেলৱে কলনীস্থিত 'জ্ঞানদীপ একাডেমী'ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ তিনিদিনীয়া এক "শিক্ষক প্ৰশিক্ষণ কৰ্মশালা" অনুষ্ঠিত হয়। শিক্ষা ব্যৱস্থাৰ...

Popular