স্থানীয় বাৰ্তা

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী বগীচাপৰি পানী যোগান আঁচনিৰ মেৰামতিৰ কামত দুৰ্নীতিৰ অভিযোগ

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ, প্ৰশাসনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু ইঞ্চিনিয়াৰৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা নললে আঁচনিৰ কাৰ্যালয়ত তলা লগোৱাৰ সিদ্ধান্ত ৰাইজৰ।বগীচাপৰি পানী যোগান আঁচনিৰ...

মানৱ উত্থান সেৱা সমিতিৰ বৃক্ষৰোপণ

বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু তথা মানৱ ধৰ্মৰ প্ৰণেতা সৎগুৰুদেৱ সতপালদেৱ মহাৰাজৰ প্ৰেৰণাত ভৱিষ্যৎ প্রজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰে আজি মানৱ উত্থান সেৱা সমিতিৰ মৰিয়নি শাখাৰ...

দেওবাৰে ছিপাঝাৰত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ ছিপাঝাৰত উপস্থিত হ'ল ছিপাঝাৰৰ অভিভাৱক মন্ত্ৰী তথা বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।দেওবাৰে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ছিপাঝাৰ...

দুমুনিচকী কুৰুৱা পথৰ গনেশকুঁৱৰীত অত্যাধুনিক স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ মুকলি

দৰং জিলাৰ দুমুনিচকীৰ নিকটৱৰ্তী গনেশকুঁৱৰী হাইস্কুল চ'কৰ সমীপত 'ৰিলায়েন্স লেব' নামৰ প্ৰতিষ্ঠানটোৰ সৌজ্যন্যত তথা স্থানীয় যুৱক ফকৰদ্দিন আহমেদৰ নেতৃত্বত এফ আৰ পলিক্লিনিক নামৰ স্বাস্থ্য পৰীক্ষা...

চাপৰৰ ১৮৭৯ নং কাজিপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰশিক্ষণৰ সফল সামৰণি

সুখ্যাতিৰে উৰ্ত্তীণ হৈ কাজিপাৰলৈ গৌৰব কঢ়িয়াই অনা দহ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।চাপৰৰ কাজিপাৰা ইয়ং ক্লাৱৰ উদ্যোগত ১৮৭৯ নং কাজিপাৰা প্ৰাথমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বন্ধত...

Popular