স্থানীয় বাৰ্তা

নগাঁ‌ৱৰ ভালুকমাৰিৰ ৰিংকু বৰা নিৰুদ্দেশ।কোনো লোকে যুৱক জনৰ সন্ধান পালে 8638295695 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ আহ্বান

নগাঁ‌ৱৰ ভালুকমাৰি গাঁ‌ৱৰ এই যুৱক জন নিৰুদ্দেশ হৈ আছে।যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল।সন্ধানহীন যুৱকজনৰ নাম ৰিংকু বৰা(পেদেল)।মিঠা বৰণীয়া ৰিংকুৰ বৰাৰ উচ্চতা ৫ ফুট ৫ ইঞ্চি। যদি...

মৰিয়নীত নগাৰ উপদ্ৰৱ৷ এইবাৰ নগা দুবৃৰ্ত্তই দিচৈভেলী বনাঞ্চল অতিক্ৰম কৰি আহি অসমৰ গাঁৱত প্ৰবেশ কৰি M.G NREGA চৰকাৰী কাম কৰি থকা লোকক ভাবুকি

নগা দুবৃৰ্ত্তৰ দলে বন্ধ কৰোৱালে অসমৰ M.G NREGA চৰকাৰী কাম৷ মৰিয়নীৰ ৬১ নং কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগাজাংকা উদয়পুৰত M.G NREGA ৰ ২০২১ আৰু...

বকোৰ জালুকবাৰীত ৰাভা হাছং পৰিষদৰ পুঁজিৰে নিৰ্মিত আধুনিক মঞ্চ উদ্ধোধনী অনুষ্ঠান

ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ পুজিৰে নিৰ্মিত মঞ্চ এখন আজি উদ্ধোধন কৰে পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। আজি কামৰূপ...

বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে‌ ওৰাং আৰক্ষীয়ে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ

দুষ্কৃতিকাৰীৰ কবলৰ পৰা বন আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে‌ ওৰাং আৰক্ষীয়ে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বন...

উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰতি চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য দিয়া হ’ব

দেশত বৰ্ধিত মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ বাবে জীয়াই থকাটো কঠিন কৰি তুলিছে। খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যই মানুহক ঘৰুৱা খৰচ চলাবলৈ বাধ্য কৰিছে। চৰকাৰে...

Popular