Breaking

Browsing Category

স্থানীয় বাৰ্তা

ৰক্তদাতা (এইচ বি এছ)ৰ উদ্যোগত জামুগুৰিহাটত দেৱাল পোষ্টাৰিং : ৰাইজক সজাগ সচেতন কৰাৰ প্ৰয়াস

জামুগুৰিহাট স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ প্ৰচেষ্টাত গঠণ হোৱা ৰক্তদাতা (এইচ বি এছ) নামৰ স্বেচ্ছাসেৱী সংগঠণৰ বিষয়ববীয়াসকলে মহামাৰীসদৃশ ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত বিগত সময়ত
Read More...

ঈদৰ বজাৰৰ নামত অনাহকত নগৰত সমবেত হৈ ল’কডাউন ভংগ নকৰিবলৈ শিৱসাগৰৰ মছজিদ পৰিচালনা সমন্বয়ৰক্ষী…

শিৱসাগৰ  সমগ্ৰ বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে  মানৱ জীৱনলৈ যি বিপদ নমাই আনিছে ইয়াক লৈ এতিয়া ত্রস্তমান প্ৰতিখন দেশেই। কেন্দ্ৰীয় আৰু অসম চৰকাৰে মানৱ সম্পদ ৰক্ষা কৰাৰ স্বাৰ্থত ৫৪ দিনৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনৰ দৰে এক অপ্রত্যাশিত 
Read More...

মঙলদৈত অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতৰ কাষত যুৱ নেতা পিংকু দাস : আগবাঢ়ালে মাস্ক, খাদ্য-সামগ্ৰী

মঙলদৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো কিছু শিথিলতাৰ মাজত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ সময়তে মঙলদৈৰ প্ৰায় অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতলৈ সহায়ৰ হাত আগবঢ়ালে মঙলদৈৰ যুৱ নেতা তথা অনুসুচিত
Read More...

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত অনিয়মৰ অভিযোগ : পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়ালৰ নাম অন্তভূক্তৰে…

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত বিয়াগোম কেলেঙ্কাৰীয়ে সকলোৰে চকু কপালত তুলিছে। তালিকাত একেটা পৰিয়ালৰ একাধিক সদস‍্যৰ লগতে চাকৰীয়াল,
Read More...

বৰুৱাঝাৰ সমবায় সমিতিৰ তেল চুৰি কাণ্ডৰ ন ন তথ্য উন্মোচণ : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খাৰুপেটীয়া সমগ্ৰ ৰাজ্যজুৰি লকডাউন, সান্ধ্য আইন চলি থকাৰ সময়তেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত দুলিয়াপাৰা  গাঁৱত যোৱা ৩ মে নিশা প্ৰায় ১০.৩০ বজাত এএছ ১৩ এল ৪৩৮৭ নম্বৰৰ মটৰ চাইকেলেৰ দুজন লোকে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত স্থানীয়
Read More...

ৰাজ্যৰ পশুপালন বিভাগৰ ফোপুলাস্বৰূপ : বিষয়া কৰ্মচাৰী অভাৱে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ পশুপালকলৈ

টীয়ক  সমগ্ৰ বিশ্ব, দেশ জাতি আজি ক’ৰোনাতংকৰ  ত্ৰাস্তমান হৈ থকাৰ সময়তে ৰাজ্যৰ পশুকুলৰ মাজত সন্তপৰ্ণে আহি প্ৰবেশ কৰিলেহি  "ছোৱাইন ফিভাৰৰ" দৰে মাৰাত্মক ৰোগ৷ উজনি অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যু সেই মৃত্যুক লৈ, এই মাৰাত্মক ৰোগবিধক লৈ আতংকিত
Read More...

লংকাৰ হাৱাইপুৰত পথাৰত এৰাল দিয়া গৰুৰ ডিঙি কাটি পেলাই থৈ গ’ল মূৰ

লংকা  লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱত শনিবাৰে এক অমানবীয় ঘটনা সংঘটিত হয়।  জানিব পৰা মতে,লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱৰ নিবাসী যুগেশ্বৰ নাথে নিজ ঘৰৰ দমৰা গৰুটো প্ৰত্যেক দিনৰ দৰে পথাৰত এৰাল দিছিল৷ সন্ধিয়া হোৱাত যুগেশ্বৰ নাথে গৰুটো ঘৰলৈ
Read More...

বন বিভাগৰে মিতিৰালি অবৈধ বালি ব্যৱসায়ীৰ : আৰক্ষীয়ে বিহিলে জৰিমনা

বোকাজান  তৃতীয় পৰ্যায় লক ডাউন অব্যাহত থকাৰ সময়তে শনিবাৰে বোকাজানত বন বিভাগৰে মিতিৰালি থকা বুলি অভিযোগ থকা জনৈক কাথাৰচন নামৰ এজন বালি ব্যৱসায়ীৰ বালি পথাৰত থকা অবৈধ বালি মহলৰ পৰা নথিপত্ৰ বিহীনভাৱে বালি কঢ়িয়াই ডিমাপুৰলৈ বালি নি থকা
Read More...

জামুগুৰিহাটত লকডাউন ধোৱাচাঙত : সজাগ, সচেতন কৰিবৰ বাবে আৰক্ষীয়ে মাইক লৈ চলালে প্ৰচাৰ

জামুগুৰিহাট তৃতীয় পৰ্যায়ৰ লকডাউনৰ লগে লগে লকডাউনৰ নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ পিছতেই যেন জামুগুৰিহাটত ধোৱাচাঙত পৰিণত হ’ল এই “লকডাউন”৷ দোকান পোহাৰ সকলো খোলা ৰাখি চৰকাৰী নীতি নিয়ম উলংঘা কৰি যাৰ যি মন যায় তাকেই কৰা দেখা পোৱা
Read More...

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা অহা জামুগুৰিহাটৰ এটা পৰিয়ালৰ ৭ জনক হোম কোৱাৰেণ্টাইনত

জামুগুৰিহাট মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ সময়তে জামুগুৰিহাটত এটা পৰিয়ালৰ ৭ জন সদস্যক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰা ঘটনাই অঞ্চলটোৰ ৰাইজক শংকিত কৰা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে জামুগুৰিহাটৰ পাছিগাঁৱৰ এগৰাকী মহিলাই
Read More...