Breaking

Browsing Category

স্থানীয় বাৰ্তা

লাকুৱাত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ

নাজিৰা   লাকুৱাত শুকুৰবাৰে নিশা এটা বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ হয়। সেউজীয়া ৰঙৰ সাপটো গ্ৰীণ পিট ভাইপাৰ বুলি জনা গৈছে। লাকুৱা সৰু মথুৰাপুৰস্থিত সমাজকৰ্মী তথা আদৰ্শ কৃষক প্ৰসূণ ৰাজকোঁৱৰৰ কৃষি ফাৰ্মত উদ্ধাৰ হয় সাপটো। ফাৰ্মখনত কৰ্মৰত এগৰাকী
Read More...

নাজিৰা নগৰৰ ১৫ লাখ টকীয়া উপ পথ নিৰ্মাণত ব্যাপক আসোঁৱাহ

নাজিৰা  দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহা বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ যে কেতবোৰ কামকাজৰ ফুপুলা স্বৰূপ উদঙাই আহিছে সেয়া সেই দলটোৰে শাসনত থকা নাজিৰা পৌৰসভাৰ অন্তৰ্গত হোৱা গৰিষ্ঠ সংখ্যক কামৰ আসোঁৱাহ হোৱাৰ লগতে আৱণ্টিত
Read More...

সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ মাজত বহী, কলম বিতৰণ

ডিৰাক সীমান্ত সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। দেশত এতিয়া লকডাউন। ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ
Read More...

শিমলুগুৰিত আছুৰ উদ্যোগত সংবাদকৰ্মীক খাদ্য সামগ্ৰী বিতৰণ

নাজিৰা বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ আতংকৰ সময়ত ঘৰ দুৱাৰ এৰি জৰুৰী কাৰ্যত জড়িত সংবাদকৰ্মীসকলক শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিত খাদ্য সামগ্ৰী বিতৰণ কৰি উৎসাহিত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মানিক গগৈৰ নেতৃত্বত
Read More...

দুচকীয়া, চাৰিচকীয়া ব্যক্তিগত বাহনৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰাৰ সিদ্ধান্ত শিৱসাগৰ জিলা…

শিৱসাগৰ  সমগ্র বিশ্বজোৰা ভয়াবহতা সৃষ্টি কৰা ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ সময়ছোৱাত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্র জিলাতে সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ লগতে জনসমাগম ৰোধ কৰাৰ ক্ষেত্ৰত তীক্ষ্ম দৃষ্টি ৰাখি
Read More...

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো  দেশজুৰি ক'ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈ থকাৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ বকোত উদ্ধাৰ হয় নগদ ধনসহ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী। শুকুৰবাৰে আবেলি বকো আৰক্ষী থানা আৰু বকো বজাৰৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
Read More...

হিতাধীকাৰীক ৰেচন কমকৈ দিয়াৰ অভিযোগ : তদন্তৰ দাবী সংগ্ৰাম পৰিষদৰ

খাৰুপেটীয়া  দেশজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কভিদ-১৯ৰ ওপৰত লক্ষ্য কৰি ৰাইজৰ লগতে অসম চৰকাৰেও বিভিন্ন আঁচনিৰ যোগেদি দৰিদ্ৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে৷ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে সমবায় সমিতিৰ জৰিয়তে আগবঢ়োৱা সামান্য সাহাৰ্য্য
Read More...

শিৱসাগৰ জিলাৰ হাঁহচৰাত মটৰ পথ দুৰ্ঘটনাত আহত ২

নাজিৰা  শিৱসাগৰ জিলাৰ হাঁহচৰা দয়াচাৰিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন এছ ০৪ আৰ ৫৫৩০ নম্বৰৰ বাজাজ পালছাৰ আৰু আনখন এছ ০৪ এন ৩৯১৩ নম্বৰৰ হিৰ হাংক মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তুলসী গগৈ আনজন ৰাজীৱ বৰা আহত হয়। গুৰুতৰভাৱে
Read More...

গুৱাহাটীস্থিত সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক-সংবাদকৰ্মীৰ মাজত বন্ধন বেংকৰ তৰফৰ পৰা…

গুৱাহাটী বৰ্তমান ক’ৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ ফলত মানৱ জাতি সংকটৰ গৰাহত৷ প্ৰতিগৰাকী লোক সন্মুখীন হৈছে এক বৃহৎ সমস্যাৰ৷ কিন্তু ইয়াৰ মাজতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে
Read More...

দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিশিষ্ট সমাজকৰ্মী ডাঃ প্ৰবীন কুমাৰ কোঁৱৰৰ : সাংসদৰ ভূমিকাত…

নাজিৰা  ক’ৰ’ণা ভাইৰাছ তথা ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ দৈনিক উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা এক অৱস্হাৰ সৃষ্টি হৈছে। চৰকাৰ তথা বিভিন্ন
Read More...