Breaking

এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিব লাভলীনা বৰগোহাঁইয়ে…

0 80

এক ভাল খবৰ।

২৩ ছেপ্টেম্বৰৰ পৰা চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হ’ব এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগীতা এছিয়ান গেমছ।

এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা কঢ়িয়াব অসম কন্যা লাভলীনা বৰগোহাঁই আৰু হৰমনপ্ৰীত সিঙে।

এই কথা সদৰি কৰে ভাৰতীয় অলিম্পিক সন্থাই।

Leave A Reply