Breaking

৬০০ টকাতে লাভ কৰিব LPG চিলিণ্ডাৰ

0 115

৬০০টকাতে লাভ কৰিব চিলিণ্ডাৰ। কেন্দ্রীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে কৰিছে এই ঘোষণা।

নতুন LPGৰ সংযোগ ল’ব পাৰিব আপুনি। প্রধানমন্ত্রী উজ্জ্বলা আঁচনিৰ অধীত পাব নতুন কানেকশ্যন।

আপুনি লাভ কৰিব ৩০০টকা ৰাজ সাহায্য। এই ৩০০টকাতো পোনে পোনে জমা হ’ব আপোনাৰ একাউণ্টত। উল্লেখ্য যে ২০১৪ত LPGৰ উপভোক্তা আছিল ১৪ কোটি। বৰ্তমান এই সংখ্যা হৈ পৰিছে ৩৩ কোটি।

দৰিদ্ৰ লোকৰ বাবে ২০১৬ত অনা হৈছিল বিশেষ আঁচনি। এতিয়া আকৌ নতুনকৈ ৭৫লাখ কানেকশ্যন দিব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।

Leave A Reply