Breaking

অহা বর্ষত নৌসেনাত অন্তর্ভুক্ত হ’ব থলুৱাভাৱে নির্মিত আইএনএছ বিক্রান্ত

0 36

প্রথম ‘মেড ইন ইণ্ডিয়া’ যুদ্ধ বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্ত অহা বর্ষত নৌসেনাত আনুষ্ঠানিকভাৱে অন্তর্ভুক্ত কৰা হ’ব৷ শুকুৰবাৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ছাউডার্ন নেভেল কমাণ্ড পৰিদর্শন কৰি এই ঘোষণা কৰিছে৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে আই এন এছ বিক্রান্ত নৌসেনাত অন্তর্ভুক্ত কৰা হ’ব৷ আই এন এছ বিক্রান্তক ইণ্ডিজিনিয়াছ এয়াৰক্রাফট কেৰিয়াৰ–১ তথা আই এ চি–১ বুলিও জনা যায়৷

Leave A Reply