June 22, 2022 কৰ’নাত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে Share FacebookXWhatsAppTelegramKooEmail কৰ’নাত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপালো কৰ’নাত আক্ৰান্ত৷শিৱসেনাৰ বহুকেইজন বিধায়কৰ মত নাই থাকৰেৰ পক্ষত৷ গুৱাহাটীৰ এখন হোটেলত বাহৰ শিৱসেনাৰ লগতে আন দলৰ বহু বিধায়ক৷ Author: দৈনন্দিন বাৰ্তা Related Articles কালঘূৰ্ণী অৰ্ণৱৰ ভয়ংকৰ ৰূপঃ সমুদ্ৰত দেখিবলৈ পোৱা গৈছে বৃহৎ ঢৌ দৈনন্দিন বাৰ্তা - October 28, 2026 ১ নৱেম্বৰৰ পৰা দিল্লীত বন্ধ নিৰ্মাণ কাৰ্যঃ ৫০% কৰ্মচাৰীৰে চলাব লাগিব অফিচ-কাচাৰী দৈনন্দিন বাৰ্তা - October 24, 2026 দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - October 19, 2026