February 6, 2023 সুস্থ হৈ ঘৰলৈ উভতিল মইনা নায়ক… Share FacebookTwitterWhatsAppTelegramKooEmail সুস্থ হৈ ঘৰলৈ উভতিল ডিব্ৰুগড়ৰ মইনা নায়ক৷ বহুকেইটা অস্ত্ৰোপচাৰ অন্তত বৰ্তমান সুস্থ হৈ পৰিছে মইনা নায়ক৷ প্ৰায় ৬ মাহ পূৰ্বে মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল মইনা নায়ক৷ এতিয়া সুস্থ হৈ ঘৰলৈ উভতিল মইনা নায়ক। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণীঃ চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট দৈনন্দিন বাৰ্তা - August 4, 2026 বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা দৈনন্দিন বাৰ্তা - August 4, 2026 কটন বিশ্ববিদ্যালয় আৰু কাগাৱা বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক শৈক্ষিক বিনিময় চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - August 3, 2026