Breaking

মাজুলীত পুনৰ অঘটন,ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

0 1,029

নিমাতীঘাটত পুনৰ অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

চেনীমাই-2 নামৰ ফেৰীখনৰ পৰা ব্ৰক্ষ্মপুত্ৰত জাঁ‌প দিয়ে এজন যুৱকে

১০.৩০ মিনিটত এই ঘটনা সংঘটিত হয়

নিমাতীৰ পৰা মাজুলীৰ অফলামুখে গৈ আছ্ল এই ফেৰীখনে

বাতৰি সংগ্ৰহ কৰালৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল

Leave A Reply