Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ মাজুলীৰ মানসপ্ৰতিম শইকীয়াৰ…

0 27

শনিবাৰে ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ছেবাৰ ১০ টা ৱেবচাইটত উপলব্ধ এই ফলাফলসমূহ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। ৫৮৮ নম্বৰেৰে তৃতীয় স্থান লাভ মাজুলীৰ মানসপ্ৰতিম শইকীয়াৰ।

আইলেণ্ড একাডেমী, কমলাবাৰীৰ ছাত্ৰ মানস।

Leave A Reply