Breaking

১৮ এপ্ৰিললৈ বৃদ্ধি মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ…

0 14

সুৰা নীতিৰ গোচৰত ১৩৯ দিন কাৰাবাসত থকা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

দিল্লীৰ এখন আদালতে আবকাৰী নীতিৰ কথিত কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আম আদমি পাৰ্টিৰ নেতাগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি কৰে।

মনীষ চিছোদিয়া বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। ইয়াৰ পিছতে এই সুৰা নীতিৰ ধন সৰবৰাহৰ অভিযোগত ৯ মাৰ্চত তিহাৰ কাৰাগাৰতে চিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিছিল আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

Leave A Reply