January 31, 2024 ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান লম্বোধৰ সিংহৰ… Share FacebookXWhatsAppTelegramKooEmail ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান। ছহিদ CRPFৰ জোৱানজন চিৰাঙৰ কাকাৰাগাঁও ভাটিপাৰাৰ লম্বোধৰ সিংহ। লম্বোধৰ সিংহৰ বাসগৃহত শোকাকুল পৰিৱেশ। ২০১১ চনত CRPFত যোগদান কৰিছিল লম্বোধৰ সিংহই। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 কলকাতাত শোকাৱহ ঘটনাত ১৯ গৰাকী ভক্তৰ মৃ*ত্যু দৈনন্দিন বাৰ্তা - October 18, 2026 চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ দৈনন্দিন বাৰ্তা - October 4, 2026