মণিপুৰৰ ননী জিলাত ভয়াৱহ ভূমিস্খলন
কমেও ৭ জনকৈ সেনা জোৱানৰ মৃত্যু
এই পৰ্যন্ত সন্ধান নাই ১২ জনৰো অধিক সেনা জোৱানৰ
নিৰ্মীয়মান জিৰিবাম ইম্ফল ৰে’ল লাইনৰ সমীপত এই ঘটনা
ৰে’লপথটোৰ নিৰাপত্তাৰ দায়িত্বত আছিল জোৱানকেইজন
বুধবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা
প্ৰতিকুল পৰিস্থিতিৰ মাজতো উদ্ধাৰ অভিযান অব্যাহত
বৃহস্পতিবাৰে পুৱা ৫.৩০ বজালৈ ১৩ জন জোৱানক উদ্ধাৰ