August 10, 2024 মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন… Share FacebookTwitterWhatsAppTelegramKooEmail মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পত্নীৰ মৃত্যু। ৮৬ বছৰ বয়সত শেষনিশ্বাস ত্যাগ মালতী বৰ্মনৰ। আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত পুৱা ৯ বজাত মৃত্যু। Author: দৈনন্দিন বাৰ্তা Related Articles Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা দৈনন্দিন বাৰ্তা - July 22, 2025 অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball দৈনন্দিন বাৰ্তা - July 21, 2025 Japanese encephalitis: জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু ১০ বছৰীয়া জয়শ্ৰী চাংমাই দৈনন্দিন বাৰ্তা - July 20, 2025