Breaking

ভদীয়া বানৰ ফলত বুৰ গৈছে মায়ঙৰ বিদ্যালয়…

0 56

বৃহস্পতিবাৰে প্ৰধান শিক্ষক আৰু এজন সহকাৰী শিক্ষকে নাৱেৰে গৈ বিদ্যালয়ৰ ভিতৰৰ আচবাববোৰ টেবুলত আৰু ঘৰৰ চালত কিছু ওলোমাই থৈ আহিছে বুলি জানিবলৈ দিয়ে।

ৰান্ধনী ঘৰটোত এককাল পানী থকা বাবে চাউলৰ বেগবোৰ স্থানান্তৰ কৰিছে।

ভদীয়া বানৰ ফলত গাঁৱখনৰ ৰাইজৰ যাতায়ত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পানী শুকোৱাৰ পিছতহে পুনৰ বিদ্যালয়ৰ দুৱাৰ খোল খাব।

এনেকুৱা আন কেইবাখনো শিক্ষানুষ্ঠান বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বানত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।

Leave A Reply