Breaking

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী আৱাসত ছাত্ৰীৰ চিপলৈ আত্মহত্যা

0 111

মায়ং আঞ্চলিক মহাবিদ্যালৰ ছাত্ৰী আৱাসত বি ,এ  দ্বিতীয় চেমিষ্টাৰৰ ছাত্ৰী গীতা ৰাণী বিশ্বাসে চিপলৈ আত্মহত্যা কৰে ৷ মৃত ছাত্ৰী গৰাকী বুৰগাৱৰ বুলি জানিব পৰা গৈছ ৷ কোঠালিটোত অকলে আছিল ছাত্ৰীগৰাকী ৷ অৱশ্যে কি কাৰণত আত্মহত্যা কৰিলে ছাত্ৰী গৰাকীয়ে তাৰ কাৰণ জানিব পৰা হোৱা নাই  ৷

এই ঘটনাই বিৰাজ কৰিছে অঞ্চলজুৰি চাঞ্চল্য ৷  ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় পৰিয়ালৰ লোক এই মৃত্যু স্বাভাৱিক বাবে মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷

আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশ্যে পুলিচৰ সঠিক তদন্তহে উলাব আচল ৰহস্য ৷

Leave A Reply