Breaking

সামৰণি পৰিল পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা…..

0 91

সামৰণি পৰিল পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা ৷ ৰঙালীৰ ৰং-ধেমালীৰ মাজেৰে পূৱ-গুৱাহাটী বিহু সন্মিলনে আয়োজন কৰা বিভিন্ন খেলৰ মাজত অন্তৰ্ভুক্ত আছিল পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা ৷

যোৱা ১৪, ১৫, ১৬ আৰু ১৭ এপ্ৰিললৈকে অনুষ্ঠিত বিহু সন্মিলনখনত যোৱা ১৭ এপ্ৰিলত আছিল এই প্ৰতিযোগিতা ৷ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত টেন্তল মাইকেল টেৰঙে প্ৰথম, টেনচন ইংতিয়ে দ্বিতীয়, দ্বীপজ্যোতি ডেকাই তৃতীয়, গোৱৰিয়েল চৰাইয়ে চতুৰ্থ আৰু সুমনজ্যোতি দাসে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়৷

Leave A Reply