Breaking

মৰিগাঁৱৰ পবিতৰাহাটত আৰক্ষীসকলৰ মাজত জিলা স্বাস্থ্য বিভাগৰ মানসিক স্বাস্থ্যৰ সজাগতা সভা

0 2,016

 যোৱা কালি মৰিগাঁৱৰ পবিতৰা হাটত আৰক্ষী সকলক লই  মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা অনুস্থানত জিলাখনৰ প্ৰায় দেৰ শতাধিক আৰক্ষী  উপস্থিত থাকে।বিশ্ব মানসিক স্বাস্থ্য সপ্তাহৰ লগত ৰাখি মৰিগাঁও জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে পবিতৰাহাটত প্ৰশিক্ষণ অনুস্থানটোত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নাটৰাজন,লগতে জিলাখনৰ আৰক্ষী সকল উপস্থিত থাকে।

Leave A Reply