Breaking

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিক লৈ মাজবাটত প্ৰতিবাদ

0 2,067

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্য বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে মাজবাটৰ যুৱ প্রজন্ম। ১৭জুলাইত  মাজবাট টাউনৰ টেক্সি ষ্টেন্ডত দিনৰ এক বজাত মাজবাট অঞ্চলৰ যুৱ প্রজন্ম সকলে প্ৰতিবাদ সাব্যস্ত কৰে। যি সময়ত দেশখনৰ সৰ্বসাধাৰণ ৰাইজে এমুঠি অন্নৰ বাবে যুঁজ দি আছে ঠিক সেই সময়তে বস্তুৰ চৰা দামে ৰাইজক একপ্ৰকাৰে কোঙা কৰি পেলাইছে !আজিৰ দিনত দালি ,মিঠাতেল , ৰন্ধন গেছ আদিৰ লগতে পেট্ৰলৰ মূল্য 100 টকা ,ডিজেলৰ মূল্য  90/- টকা চুইছেগৈ কিন্তুু এই ক্ষেত্ৰত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে চৰকাৰ ।এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনায় মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ বাবে মাজবাটৰ যুৱক প্রজন্ময়। ইয়াৰোপৰি এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে অতি সোনকালে বেৱস্থা গ্রহণ কৰক 

Leave A Reply