Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই

0 80

জোনাইৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনত অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, মুখ্য উপদেষ্টা তথা নৱনিযুক্ত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, উপ-পদাধিকাৰ বসুন্ধৰ ডেকা, প্ৰধান সম্পাদক বাবুল বৰা, স্থানীয় বিধায়ক তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন চন্দ্ৰ পেগুকে প্ৰমুখ্যে কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিনিধিসকল আৰু ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে।

Leave A Reply