Breaking

মন্ত্ৰী যোগেন মহনৰ নামত ভুৱা ছিল ব্যৱহাৰ কৰি বিভিন্ন জনক প্ৰলোভন কৰাৰ অভিযোগ…

0 147

মন্ত্ৰী যোগেন মহনৰ নামত ভুৱা ছিল, পেইড ব্যৱহাৰ দুষ্ট চক্ৰৰ |


মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ নামত ভুৱা ছিল ব্যৱহাৰৰ কৰি বিভিন্ন জনক প্ৰলোভন কৰাৰ অভিযোগ |


আৰক্ষী থানাত এজাহাৰ দাখিল মন্ত্ৰী যোগেন মহনৰ |

Leave A Reply