Breaking

মন্ত্ৰী  পিয়ুষ হাজৰিকাই প্ৰতিশ্ৰুতি দিলে : মৰিগাঁও জিলাক আমি অসমৰ এখন উন্নত জিলা ৰূপে গঢ়ি তোলাৰ…

0 60

মৰিগাওঁ জিলা গঠনৰ দিনটো আজিও পাহৰা নাই
মৰিগাওঁ এতিয়া ভেঞ্চাৰ জিলা হৈ থকা নাই

মৰিগাওঁত বানপানীৰ তাণ্ডৱ কমিলে কিছু হলেও আমি মৰিগাঁও বাসীক বানমুক্ত কৰিব সক্ষম হৈছো


৩৭০০কোটি টকাৰ লোন জলসম্পদ বিভাগে এছিয়ান ডেভলম্পমেন্ট বেংকৰ পৰা লাভ কৰিছে ৷

অকল মৰিগাওঁ জিলাৰ গৰাখহনীয়া ৰোধৰ বাবে ৪৩৯কোটি টকা মুকলি কৰা হৈছে
মৰিগাও জিলাক আমি অসমৰ এখন উন্নত জিলা ৰুপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিলো

Leave A Reply