August 28, 2024 মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰ মেধিৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ ৭৬ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। ৰাজেন কুমাৰ মেধিৰ মৃত্য়ুত দক্ষিণ কামৰূপত শোকৰ ছাঁ। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 বৰপেটাৰোডত নিশা মৰ্মান্তিক ঘটনাঃ প্ৰাণ হেৰুৱালে দুই উদীয়মান যুৱকে দৈনন্দিন বাৰ্তা - June 24, 2026