বিটিআৰ ওদালগুৰি জিলাৰ খৌৰাং বড়ি গাঁৱৰ এগৰাকী উদ্যোমী খেতিয়ক নাম দেৱ প্ৰসাদ ৰাভা। প্ৰায় ৫ বিঘাঁতকৈ অধিক অমিতা খেতি কৰি বৃহৎ লোকচানৰ সন্মোখিন হ’ব লগিয়া হৈছে।কিয়নো কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত বৰ্তমানেও অব্যাহত আছে লক’ডাউন পক্ৰিয়া যাৰ বাবে উৎপাদন হোৱা গছৰ ফল গছতে সৰি যোৱাৰ কথা জানিবলৈ দিয়ে খেতিয়কজনে।””কিন্তু অতি দুখৰ বিষয় হস্তীৰ দৰে এটা বিভাগ, কৃষি বিভাগ থকাৰ তৎস্বত্তেও আজিলৈ কোনো এজন বিভাগীয় বিষয়াই খেতিয়ক গৰাকীৰ সমস্যা বাৰম্বাৰ অৱগত কৰোৱাৰ পাছতো আজিলৈ খেতি দৰা পৰ্যবেক্ষণ কৰিবলৈ নযোৱাত খেতিয়ক গৰাকীয়ে দুখ প্ৰকাশ কৰে।”””তেওঁ কয় যে কৰো’না কালছোৱাত দেশত পেট্ৰ’ল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশ লংঘিব ধৰিছে কিন্তু খেতিয়ক সকলৰ কস্তৰে উৎপাদন কৰা অমিতাৰ দৰে ফলবোৰৰ দাম প্ৰয়োজনতকৈ নগণ্য বুলি কোৱাৰ লগতেযদি খেতিয়ক সকলে মহামাৰী কৰো’না ফলত প্ৰতিবছৰে এনেদৰে বৃহৎ লোকচানৰ সন্মোখিন হ’ব লগিয়া হয় তেনেহ’লে কৃষক সকল খেতিকৰা বন্ধ কৰাতো নিশ্বিত হৈ পৰিব।আৰু এনেদৰে কৃষি প্ৰদান দেশখনত আৰু অধিক নিবনুৱা সমস্যাৰ সন্মোখিন হোৱাৰ সঙ্কা প্ৰকাশ কৰে খেতিয়ক জনে।সেয়েহে খেতিয়ক জনে কয় যে আজি কৰো’না মহামাৰীৰ ফলত খেতিয়ক সকলে উৎপাদন কৰা কেঁচা সামগ্ৰী বজাৰত মুকলি ভাৱে বিক্ৰী কৰিব পৰা নাই যদিও ওদালগুৰি জিলাত যদি খেতিয়ক সকলে উৎপাদন কৰা কেঁচা সামগ্ৰী জমা ৰাখিব পৰাকৈ (cool stores) থাকিল হৈ আজি আমাৰ দৰে খেতিয়ক সকলে লোকচানৰ সন্মোখিন হ’ব লগিয়া ন’হল হেতেন।সেইকাৰণে চৰকাৰলৈ কৃষক সকলক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় খেতিয়ক দেৱ প্ৰসাদ ৰাভাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…