সাংসদ ৰকিবুল হুছেইনক পহু খেদা

সাংসদ হোৱাৰ এমাহো নহওতে এইবাৰ বানপিড়ীত ৰাইজৰ ৰোষত ৰকিবুল হুছেইন।

ৰকিবুলৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বানপিড়ীত ৰাইজে।

এফালে বানপানীত ককবকাইছে ৰাইজ, আনফালে খাদ্যৰ অভাৱত আৰ্তনাদত কান্দি আছে নৈপৰীয়া ৰাইজ ৷

কিন্ত নাওত উঠি নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে খালি হাতে ঘুৰিছে।

লাইফ জেকেট পিন্ধি ছেলফি মাৰিছে

খং উঠিছে সাধাৰণ ভোটাৰৰ।

ঠায়ে ঠায়ে পহু খেদা দিলে নৱ নিৰ্বাচিত সাংসদ গৰাকীক।

Related Articles