Breaking

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত মৃণাল ডেকাৰ কাহিনী আৰু পৰিচালনাৰ চুটি ছবি ‘Beep’…

0 50

পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত মৃণাল ডেকাৰ কাহিনী আৰু পৰিচালনাৰ চুটি ছবি ‘Beep’ ৷

অহা ৫-১২ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই ২৯ সংখ্যক মহোৎসৱখনী৷ ভাৰতীয় চুটি ছবি প্ৰতিযোগিতা শাখালৈ বিভিন্ন ৰাজ্যৰ পৰা

পঠিওৱা প্ৰায় ১০০০ খন চুটি ছবিৰ ভিতৰত মাত্ৰ ১২ খন ছবিয়েহে এই প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে৷ হিন্দী ভাষাত নিৰ্মিত ‘Beep’ একমাত্ৰ অসমৰ চুটি ছবি।

Leave A Reply